I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম

``জীয়াই থাকিব লাগে যদি স্বাস্থ্যৱান হৈ জীয়াই থাকক``। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে শিশু মৃত্যুৰ হাৰত উল্লেখনীয় উন্নতি লাভ কৰিছে। য`ত শিশুৰ মৃত্যুৰ হাৰ কমি আহিছে বাচি থকা শিশুবোৰৰ উন্নতি ঘটোৱাটো সংঘাটিক ধৰণে জৰুৰী হৈ পৰিছে।

২০০৬ চনৰ মাৰ্চৰ সমীক্ষা অনুসৰি এই দেশত বছৰি প্ৰতি ১০০ জন সদ্যজাত শিশুৰ ৬ৰ পৰা ৭ জনে জন্মগত ভাৱে বিসংগতি লৈ জন্ম গ্ৰহণ কৰে। দেশত সৰ্বমুঠ ১৭ লাখ শিশুৰ জন্ম বিসংগতি থাকে আৰু এইটো হিচাব কৰা হৈছে ৯.৬% সদ্যজাত শিশুৰ মূত্যুৰ হাৰত। বিভন্ন পুষ্টিহীনতাৰ বিসংগতিত ভোগা শিশুৰ পৰিসৰ হ`ল ৪ শতাংশৰ পৰা ৭০ শতাংশ বিদ্যালয়লৈ যোৱাৰ পূৰ্ব বয়সত। আকৌ ১০ শতাংশ শিশুৰ নিয়মিত বৰ্দ্ধনত বাধাপ্ৰাপ্ত হোৱাটো সাধাৰণ হৈ পৰিছে। এই লেহেমীয়া বৰ্দ্ধনত বৃদ্ধি আনিব নোৱাৰিলে স্থায়ীভাৱে অক্ষমতা অহাৰ আশংকা থাকে বোধহীনতা, দৃষ্টিহীনতা ইত্যাদিবোৰত। তাৰোপৰি কিছুমান বেমাৰ শিশুসকলৰ মাজত সাধাৰণতে থকে যেনে দাঁত পচা, বাতজনিত জ্বৰ, হৃদৰোগ, শ্বাস নলীৰ বেমাৰ ইত্যাদি। সোনকালে ধৰা পেলোৱা আৰু ব্যৱস্থাপনা কৰি বেমাৰবোৰৰ ভিতৰত অভাৱজনিত বেমাৰত মূল্য দি প্ৰতিৰোধ আনিব নোৱাৰিলে এই ৰোগ মাৰাত্মক হৈ উঠিব পাৰে আৰু শাৰীৰিক দুৰ্বলতা বৃদ্ধি হৈ আহে আৰু তাৰ দ্বাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱাটো কমোৱা আৰু শিক্ষাৰ অধিকাৰ কাৰ্য্যকৰী কৰাটো জৰুৰী হৈ পৰে।

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম ( আৰ বি এছ কে) এটা গুৰুত্বপূৰ্ণ অগ্ৰণীমূলক কাম যাৰ লক্ষ্য পূৰ্ব চিনাক্তকৰণ আৰু আগতীয়া হক্তক্ষেপ লোৱা হয় জন্মৰ পৰা ১৮ বছৰ বয়সলৈ ৪ বিধ ৰোগ যেনে জন্মৰ সময়ৰ দুৰ্ঘটনা, দুৰ্বলতা, ৰোগ, অক্ষমতা সহ উন্নতিত বিলম্বক সামৰি। এই কাৰ্য্যসূচীয়ে জন স্বাস্থ্য সুবিধাত জন্ম লাভ কৰা ঘৰত জন্ম পোৱা শিশুবোৰক ঢুকি পাব বছৰটোত জন্ম লাভ কৰা উল্লেখনীয় সমানুপাতক। ইয়াৰ উপৰি অঙ্গনবাড়ী কেন্দ্ৰৰ শিশু আৰু চৰকাৰী বিদ্যালয়, চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত স্কুলৰ শিশুবোৰকো ঢুকি পাব পদ্ধিগতভাৱে ভ্ৰাম্যমান স্বাস্থ্য দলৰ দ্বাৰা আৰ বি এছ কেৰ অধীনত। এইদৰে, পুৰ্ব আৰ বি এছ কেৰ অধীনত বিভিন্ন স্বাস্থ্যৰ অৱস্থাৰ পূৰ্বচিনাক্ত কৰা যতন লোৱা যোগাযোগ নিশ্চয়তা কৰা, সহায় আৰু সোনকালে চিকিৎসাৰে ন্যায়সংগত আৰ বি এছ কেৰ অধীনত স্বাস্থ্যৰ যতনৰ শুভাৰম্ভ কৰা হয় যিটোৱে শেষত জেপৰ খৰচ কমাব, বেমাৰৰ বোজা হ্ৰাস কৰিব, সচেতনতা বৃদ্ধি কৰিব আৰু আৰ বি এছ কেৰ অধীনৰ মাজত স্বাস্থ্যৰ উন্নতিত বৃদ্ধি ঘটাব।

সম্পাদন প্ৰক্ৰিয়া:-