I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

আমি কি কৰো

আমি ৰাজ্য জুৰি গাঁৱলীয়া জনসংখ্যাৰ স্বাস্থ্যসেৱা প্ৰদানক সমৰ্থন কৰোঁ যি বোৰ জিলাত য`ত দূৰ্বল আন্তঃগাঁথনি আৰু দুৰ্বল জনসংখ্যা সূচক তাত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন হয় যাতে শিশু আৰু মাতৃ সম্পৰ্কীয় মৃত্যুৰ হাৰ কমাব পাৰি। স্বাস্থ্য আৰু সাৰ্বজনীক জনসাধাৰণৰ স্বাস্থ্য যত্ন সেৱা প্ৰদান নাৰী আৰু শিশু সকলৰ স্বাস্থ্য আৰু সাৰ্বজনীক টিকাকৰণ খাদ্য আৰু পুষ্টিৰ স্বাস্থ্যবিধানৰ কাৰণে চৰকাৰী সেৱা সমূহৰ সাৰ্বজনীক প্ৰৱেশ আৰু সেৱা সমূহৰ উন্নতিকৰণক সমৰ্থন কৰোঁ। আমি জনসংখ্যাৰ স্থিতিশীলতা আনিবলৈ সমন্বিত প্ৰাথমিক স্বাস্থ্য সেৱাৰ উন্নতিকৰণক সমৰ্থন কৰো। আমি সুস্থ জীৱনশৈলী উন্নতিকৰণক সমৰ্থন কৰোঁ।