I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

এন এইচ এমৰ বিষয়ে

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে ৰাজ্যত ন্যায়সংগত, বহনযোগ্য আৰু মানসন্মত স্বাস্থ্যসেৱা পৰিসেৱাৰ সাৰ্বজনীক প্ৰৱেশৰ ধাৰণাক পৰিকল্পনা কৰে। স্বাস্থ্যসেৱাৰ গুণগত মান নিশ্চিতিকৰণৰ কাৰণে যথেষ্ট চেষ্টা কৰা হৈছে যি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এটা গুৰুত্ব পূৰ্ণ আদেশ। এন এইচ এম অসমৰ, আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে স্বাস্থ্য সেৱা প্ৰদান পদ্ধতিত সম্প্ৰদায়ৰ অংশগ্ৰহণক শক্তিশালী কৰা। সহায়ক অত্বাৱধান আৰু নিৰীক্ষণ ব্যৱস্থা এই এইচ এম, অসমৰ এটা অবিচ্ছেদ্য অধিকাৰ। সচেতনতাৰ সৃষ্টি কৰি চাহিদা আৰু উৎপাদনৰ ওপৰত সমানে গুৰুত্ব দিয়া হয়।

এন এইচ এমে ঢুকি নোপোৱা সকলক ঢুকি পাবলৈ যথেষ্ট জোৰ দিয়ে, উদাহৰণ স্বৰূপে জনসংখ্যাৰ ক্ৰমবৰ্ধমান গৃহস্থালি আৰু চাহ বাগান এলেকা আৰু চহৰ অঞ্চলৰ বস্তি সমূহক।

অসমৰ সমস্ত গাওঁ আৰু চহৰ অঞ্চলৰ জনগোষ্ঠীক অতিথ্যয়তাপূৰ্ণ স্বেচ্ছাসেৱা প্ৰদান কৰা আশা অনুষ্ঠানক, এন এইচ এমৰ মূল আধাৰ বুলি ধৰা হয়।

এন এইচ এমৰ বিভিন্ন উপাদান সমূহ হ`ল:

১. প্ৰজননগত মাতৃ নৱজাতক শিশুৰ স্বাস্থ্য আৰু কৈশোৰপ্ৰাপ্ত সম্পৰ্কীয় (আৰ আম এন চি এইচ +এ)

১.১ প্ৰজননগত স্বাস্থ্য
১.১.১ পৰিয়াল পৰিকল্পনা সেৱা সমূহ
১.২ মাতৃস্বাস্থ্য
১.২.১ জননী সুৰক্ষা যোজনা (জে এছ ৱাই)
১.২.২ জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম (জে এছ এছ কে)
১.২.৩ মাতৃৰ মৃত্যুৰ পৰ্য্যালোচনা (এম ডি আৰ)
১.২.৪ মাতৃত্বকালীন অপেক্ষা ঘৰ (এম ডব্লিউ এইচ)
১.৩ নৱজাতক আৰু শিশু স্বাস্থ্য
১.৩.১ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ বি এছ কে)
১.৩.২ নিয়মিত টিকাকৰণ
১.৩.৩ নৱজাত আৰু শৈশৱৰ অসুস্থতাৰ সুবিধাৰ ভিত্তিত সমন্বিত ব্যৱস্থাপনা (এফ আই এম এন চি আই)
১.৩.৪ অসুস্থ নৱজাতক যত্ন ইউনিট (এছ এন চি ইউ)
১.৩.৫ অসুস্থ নৱজাতক স্থিতিশীল ইউনিট (এন বি এছ ইউ)
১.৩.৬ নৱজাতকৰ জন্মৰ যত্ন কৰ্ণাৰ ( এন বি চি চি )
১.৩.৭ নৱজাতক শিশু সুৰক্ষিত কাৰ্য্যক্ৰম (এন এছ এছ কে)
১.৩.৮ নৱজাতক আৰু শৈশৱত অসুস্থতাৰ অংশভূক্ত ব্যৱস্থাপনা (আই এম এন চি আই)
১.৩.৯ ঘৰুৱা ভিত্তিক নৱজাতকৰ যত্ন (এইচ বি এন চি )
১.৩.১০ পুষ্টি পুনৰ্নিবাস কেন্দ্ৰ (এনআৰ চি)
১.৩.১১ কেঁচুৱা আৰু শিশুৰ খোৱাৰ অভ্যাস (আই ৱাই চি এফ )
১.৩.১২ নিউমোনিয়া আৰু ডায়েৰিয়া প্ৰতিৰোধৰ কাৰণে এককৃত কাৰ্য্য (আই এ পি পি ডি)
১.৩.১৩ ৰাষ্ট্ৰীয় আইৰণ প্লাচ প্ৰৱৰ্তন (এন আই পি আই )
১.৩.১৪ কিশোৰ-কিশোৰীৰ কাৰণে সাপ্তাহিক আয়ৰণ ফলিক এচিড (ডব্লিউ আই এফ এছ) সম্পূৰক
১.৪ কিশোৰ-কিশোৰীৰ স্বাস্থ্য
১.৪.১ ৰাষ্ট্ৰী কিশোৰ স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ কে এছ কে)
১.৫ লিঙ্গ আৰু সমতা

২. ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম

সংক্ৰামক ৰোগ
২.১ বীজাণুবাহী বেমাৰ নিয়ন্ত্ৰণ কাৰ্য্যসূচী (এন ভি বি ডি চি পি)
২.২ সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্য্যসূচী (আৰ এন টি চি পি)
২.৩ ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূল কাৰ্য্যসূচী(এন এল ই পি)
২.৪ সংযুক্ত ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰম (আই ডি এছ পি)
অসংক্ৰামক ৰোগ
২.৫ কৰ্কট, বহুমূত্ৰ, হৃদৰোগ আৰু ষ্ট্ৰোক (এন পি চি ডি চি এছ) প্ৰতিৰোধৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম আৰু স্বাস্থ্য যত্ন পৌঢ় (এন পি চি বি)ৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম
২.৬ অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম (এন পি চি বি)
২.৭ ৰাষ্ট্ৰীয় আয়ডিন অভাৱ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম (এন আই ডি ডি চি পি)
২.৮ মানসিক স্বাস্থ্য কাৰ্য্যক্ৰম
২.৯ ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম
২.১০ এ আই ডি এছ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম (উড়িষ্যা ৰাজ্যিক এ আই ডি এছ নিয়ন্ত্ৰণ সমিতি)
২.১১ বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম (এন পি পি চি ডি)

৩. স্বাস্থ্য পদ্ধতি শক্তিশালীকৰণ

৩.১ আশা
৩.২ গাওঁ কল্যাণ সমিতি (জি কে এছ)
৩.৩ ৰোগী কল্যাণ সমিতি (আৰ কে এছ)
৩.৪ সাৰ্বজনীন ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি)
৩.৪.১ পি এইচ চি (এন) ব্যৱস্থাপনা প্ৰকল্প
৩.৪.২ এন জি ওৰ পৰিকল্পনা ভি ৪ উপ কেন্দ্ৰৰ বাবে
৩.৪.৩ আৰোগ্য প্লাচ
৩.৫ গুণমান নিশ্চিতিকৰণ আৰু গুণমান উন্নতিকৰণ
৩.৬ বায়োমেডিকেল আৰ্ৱজনাৰ ব্যৱস্থাপনা (বি এম ডব্লিউ এম)
৩.৭ ৰোগীৰ পৰিবহণ প্ৰণালী
৩.৭.১ ১০৮ (জৰুৰী এম্বুলেঞ্চ সেৱা)
৩.৭.২ ১০২ এম্বুলেঞ্চ সেৱা
৩.৮ পৰ্য্যবেক্ষণ
৩.৮.১ ই-স্বাস্থ্য নিৰ্মাণ
৩.৮.২ ই-ৰক্ত বেংক
৩.৮.৩ স্বাস্থ্য ব্যৱস্থাপনাৰ তথ্যৰ ব্যৱস্থা
৩.৮.৪ মাক আৰু শিশুৰ অনুসৰণ ব্যৱস্থা (এন চি টি এছ)
৩.৯ স্বাস্থ্য সেৱিকা নিযুক্তি যোজনা (এছ এছ এন ৱাই)
৩.১০ পি ভি টি জিৰ পৰিকল্পনা আৰু ভি ৩/ভি ৪ ক্ষেত্ৰ
৩.১১ প্ৰশিক্ষণ
৩.১২ আই ই চি/বি চি চি (যোগাযোগৰ পৰিকল্পনা)

৪. স্বাস্থ্য বীমা প্ৰকল্প

৪.১ ৰাষ্ট্ৰী স্বাস্থ্য বীমা যোজনা (আৰ এছ বি ৱাই)
৪.২ উড়িষ্যা ৰাজ্যিক চিকিৎসা পুঁজি (ও এছ টি এফ)

৫. এ ৱাই ইউ এছ এইচ

৬. ড্ৰাগচ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা

৬.১ ড্ৰাগচ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা
৬.২ ড্ৰাগচ ব্যৱস্থাপনা (নিৰাময় পৰিকল্পনা)

৭. আইন আৰু নিয়ম

৭.১ প্ৰাক-ধাৰণা আৰু প্ৰাক-জন্মসংক্ৰান্ত ৰোগনিৰ্ণয় সংক্ৰান্ত প্ৰযুক্তি (পি চি পি এন ডি টি)
৭.২ ক্লিনিকেল সংস্থাপন আইন
৭.৩ খাদ্য সুৰক্ষা
৭.৪মানৱ অঙ্গ সংৰোপণ আইন
৭.৫ এম টি পি আইন
৭.৬ চি ও টি পি এ আইন
৭.৭ জন্ম আৰু মৃত্যু পঞ্জীয়ন

৮. ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযান

৯. স্বাস্থ্য তথ্য পত্ৰ