I am now accessing as a :

Government Of Assam Health & Family Welfare National Health Mission

গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস

  • গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস এখন সঠিক মঞ্চ য`ত প্ৰতিৰোধ আৰু উপশমৰ দিশবোৰ আলোচনা কৰা হয় সম্প্ৰদায়ৰ মাজত স্বাস্থ্য সম্পৰ্কীয় আচৰণৰ উন্নতি কৰিবলৈ সৎ আৰু আন্তৰিকতাৰে। প্ৰতি বুধবাৰে ভি এইচ এম ডি কাৰ্য্য সম্পাদন কৰা হয় উপ-কেন্দ্ৰ এলেকাৰ চিনাক্তকৰণ কৰা গাওঁবোৰত এছ চিৰ এ এন এম প্ৰাপ্ত ক্ষুদ্ৰ আঁচনি অনুযায়ী। এইটো এটা কাম য`ত সম্প্ৰদায় লাভৱান হয় এ ডব্লিউ ডব্লিউ, এ এন এম আৰু এ এছ এইচ এৰ যুটীয়া প্ৰচেষ্টাত।

    ভি এইচ এন ডিক অধিক গুৰুত্ব প্ৰদান কৰি এ এছ এইচ এ ই সংশ্লিষ্ট গাওঁত নিজকে নিযুক্ত কৰিছে গৰ্ভৱতী মহিলা, শিশু, যোগ্য দম্পতী ইত্যাদিৰ তালিকা প্ৰস্তুত কৰাত যিবোৰে সময়মতে সেৱা পাবলৈ বাকী আছে। আশাই হিতাধিকাৰীক সমবেত কৰাই শিবিৰ চলি থকা সময়ত আৰু শিবিৰত তেওঁলোকৰ অংশ গ্ৰহণ নিশ্চিত কৰে।