মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

সাৰথি – '১০৪'

  • পটভূমি:

    ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত অসম চৰকাৰে সৃষ্টি কেন্দ্ৰীভূত কৰিছে বেমাৰৰ প্ৰতিৰোধৰ ওপৰত। সি যি কি নহওক, প্ৰতিৰোধৰ কাৰণে গুৰুত্বপূৰ্ণ যে ৰোগ সম্পৰ্কীয় তথ্য সহজতে প্ৰাপ্ত হ`ব লাগে অসমৰ দৰে ৰাজ্যৰ বাবে কি গুৰুত্বপূৰ্ণ, কষ্টৰহিত আৰু এখন খিৰিকিযুক্ত মেডিকেল পৰামৰ্শ-সমাধান ২৪ ঘণ্টাই প্ৰাপ্ত চিকিৎসা সুবিধা।

    এই উদ্দেশ্যৰে অসম চৰকাৰে সিদ্ধান্ত লৈছিল যে হেল্পলাইন সেৱাৰ পৰিৱৰ্তে ৰাজ্যৰ মানুহৰ কাৰণে যিটোৱে বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ পাবলৈ সামৰ্থৱান হয় আৰু মোবাইল বা টেলিফোনৰ সহায়ত মেডিকেল পৰামৰ্শ পাবলৈ সক্ষম কৰায়।

    সাৰথি `১০৪`স্বাস্থ্য তথ্য হেল্পলাইন সেৱা এটা ২৪x৭ উৎস মাত্ৰ। এটা নম্বৰ `১০৪` ডাইল কৰি স্বাস্থ্য বিষয়ক সকলোধৰণৰ প্ৰশ্নৰ উত্তৰ লাভৰ সুযোগ গ্ৰহণ কৰিব পাৰি। এই সেৱাই অসমৰ তিনি কোটি জনসংখ্যক সু-সংহত মানৰ কলাসন্মত হেল্প লাইনৰ জৰিয়তে ঢুকি পাবলৈ বিচাৰিছে। এই উদ্যোগৰ লক্ষ্য হৈছে চাৰিটা ভিন্ন ভাষা- অসমীয়া, বাংলা, হিন্দী আৰু ইংৰাজী ত স্বাস্থ্য সংক্ৰান্ত তথ্য সৰবৰাহ কৰা।

    সাৰথি `১০৪`স্বাস্থ্য সংক্ৰান্ত তথ্য হেল্পলাইন পৰিসেৱা সমস্ত স্বাস্থ্যৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে ২৪x৭ প্ৰস্তুত থাকে মাত্ৰ এটা নম্বৰ `১০৪` ডায়েল কৰিলে পাব পৰাকে। এই সেৱাই অসমৰ তিনি কোটি জনসংখ্যক সু-সংহত মানৰ কলাসন্মত হেল্প লাইনৰ জৰিয়তে ঢুকি পাবলৈ বিচাৰিছে।

    সাৰথি `১০৮`ৰ সেৱাসমূহ:

    অট্টাধুনিক প্ৰযুক্তিৰ লগত আৰু দায়িত্বৰ ক্ষেত্ৰত সামৰ্থবান সহায় আৰু ব্যৱস্থাপনা বেশেষজ্ঞ, সাৰথি `১০৪` য়ে অসমৰ যিকোনো এজনৰ ওচৰ ঢুকি পাব পাৰে যিয়ে টেলিফোন কৰে। সেৱাৰ প্ৰস্তাৱ আগবঢ়োৱা সুযোগবোৰ আছিল:

    • মেডিকেলৰ উপদেশ - ই হৈছে প্ৰাথমিক সেৱা, লক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক পৰীক্ষা আগবঢ়োৱাৰ লক্ষ্য আৰু পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয় এটা অৰ্হতাসম্পন্ন মেডিকেল দল আৰু পেৰা-মেডিকেল ব্যক্তিৰ দ্বাৰা। তাৰ পাছত এইসকল ব্যক্তিয়ে বিশেষ পৰিকল্পিত সিদ্ধান্তৰ সহায় লয় সা-সকঞ্জমেৰে ৰোগীৰ অৱস্থাৰ ওপৰত মূল্যয়ন কৰি পৰামৰ্শ দিয়ে।
    • পৰামৰ্শ সেৱা - এইচ আই ভি/ এ আই ডি এছ, বিবাহ বিচ্ছেদ, হতাশা, জীৰ্ণ ৰোগ, মনোৰোগ ক্লেশ, আত্মজাহ প্ৰৱণতাৰ বিষয় সম্পৰ্কত ফোন কৰাবোৰক প্ৰশিক্ষণ প্ৰাপ্ত পৰামৰ্শদাতাই পৰাণৰ্শৰ যোগান ধৰিব। মেডিকেল বিষয়াই পৰামৰ্শৰ প্ৰয়োজনীয়তা বিবেচনা কৰি আৰু তেনেকুৱা কেছবোৰ অৰ্হতাসম্পন্ন পৰামৰ্শদাতাৰ ওচৰলৈ প্ৰেৰণ কৰে যিজনে অনলাইন সেৱাত কাম কৰে গোটেই দিন।
    • ডাইৰেক্টৰী তথ্য সেৱা - এই সেৱাই স্বাস্থ্য সেৱা যোগান ধৰোঁতা, হস্পিতেল, পৰীক্ষাকেন্দ্ৰ, ফাৰ্ণছীচ্বোৰক তথ্যৰ যোগান ধৰে।
    • সেৱাৰ উন্নতি - এই সেৱাৰ লক্ষ্য হ`ল অসম ৰাজ্যত প্ৰচলিত জন স্বাস্থ্য সেৱাসমূহ আগবঢ়োৱাত উন্নতি ঘটোৱা এজন কলাৰে প্ৰচলিত ব্যৱস্থাত থকা পাৰ্থক্য বা অমিলবোৰ পঞ্জীয়ন কৰিব পাৰে বা মেডিকেলৰ কামৰ প্ৰয়োজনীয়তা সম্পৰ্কত সচেতন হৈ চৰকাৰী কতৃপক্ষক জনাব পাৰে।

    সাৰথি ১০৪ (এইচ আই এইচ এল) ৰ সমিতিত অৰ্হতা সম্পন্ন চিতিৎসক আৰু পেৰামেডিক আছে প্ৰতিটো ছিফটত ৫০ জনৰ বৈঠক বহিব পৰা সক্ষমতাৰে আৰু মুঠ কৰ্মচাৰী বল আছে ১৮০ জনৰ ওপৰত। এই সেৱা গঠিত হয় ১৫০ ডাইৰেক্টৰী, ৮৪ `আলগৰি থমচ` আৰু ৬০৮ জন ৰোগ সংক্ষিপ্ত কাৰেৰে। এই সেৱা সুন্দৰভাৱে তৈয়াৰ কৰা হয় মহামাৰী চিনাক্তকৰণ কৰাত আৰু সমস্যাৰ প্ৰাবল্যতা সম্পৰ্কীত কৰ্তৃপক্ষক জনাবলৈ।

    সাৰথি `১০৪`ৰ লক্ষণীয় বৈশিষ্ট্যবোৰ - স্বাস্থ্য তথ্যৰ হেল্পলাইন

    • বিশ্বাসযোগ্য আৰু গুণগত মানৰ মেডিকেল পৰাণৰ্শ লাভ মেডিকেল বৃত্তিগত নিপুন ব্যক্তিৰ পৰা।
    • কাউণ্টাৰত পোৱা দৰবৰ এছ এম এছ ঔষধৰ নিদান।
    • পৰীক্ষা ব্যৱহাৰ কৰি দিয়া মেডিকেল পৰামৰ্শ (ক`লাৰৰ শৰীৰৰ অৱস্থা অনুযায়ী `জটিল`, `গুৰুগম্ভীৰ` বা `স্থিৰ` আদিৰ শ্ৰেণীভূক্ত কৰা) আৰু সঠিক পৰামৰ্শ প্ৰদান।
    • ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীক প্ৰাধান্য দি সকলো ধৰণৰ স্বাস্থ্য বিষয়ক তথ্য প্ৰদান।
    • যিকোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কাৰণে কলাৰক পৰামৰ্শ।
    • স্বাস্থ্য যতন সুবিধা, যোগান ধৰোঁতা আৰু স্বাস্থ্য আঁচনিৰ ওপৰত তথ্য।
    • জন স্বাস্থ্য সুবিধা, স্বাস্থ্য যতনত প্ৰদান কৰাৰ বাবে সম্পৰ্কীত নাগৰিকক সামৰি ল`ব পৰাকৈ সেৱাৰ উন্নতি ঘটোৱা।
    • প্ৰাদুৰ্ভাৱ হোৱা বেমাৰৰ পঞ্জীয়ন।
    • জন স্বাস্থ্য ব্যৱস্থাটোৰ উন্নতি ঘটোৱাৰ কাৰণে অভিযোগ আৰু পৰামৰ্শৰ পঞ্জীয়ন কৰা।

    অগ্ৰগতিৰ প্ৰতিবেদন [[ইয়াত ক্লিক কৰক]]