মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

অভিযান হাঁহি

  • অভিযান হাঁহি-তালু আৰু ওঁঠৰ ফাট থকা শিশুৰ বাবে বিনামূলীয়া অস্ত্ৰোপচাৰ

    অসমত অনুমানিক ফাট থকা শিশুৰ পৰিমাণ বিভিন্ন পৰ্য্যায়ত হ`ব ২০,০০০ৰ পৰা ৩০,০০০ যিবোৰ ৰোগীৰ অস্ত্ৰোপচাৰ হ`বলৈ বাকী আছে আৰু ১৯৯৯ৰ পৰা ১২০০ ৰোগী প্ৰতি বছৰে জন্মও পাই আছে।

    হাঁহি অভিযানে অসম চৰকাৰৰ লগত লগ লাগি ২০০৯ চনৰ জানুৱাৰী মাহৰ পৰা ৰাজ্যৰ ফাট থকা ৰোগীৰ অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ যোগান ধৰি আহিছে চৰকাৰৰ লগত কৰা চুক্তি ৰূপায়ণ কৰিবলৈ( ২০০৯ জনৰ মে মাহত স্বাক্ষৰ কৰা) চৰকাৰী আৰু ব্যক্তিগত অংশীদাৰিত্ব আদৰ্শৰ জৰিয়তে অসমক ফাটমুক্ত কৰাৰ কাৰণে। এই উদ্দেশ্য মনত ৰাখি ৰণ-কৌশল ৰচনা কৰা হৈছে ৰোগীৰ প্ৰয়োজন সাপেক্ষে যুটীয়া শিবিৰৰ জৰিয়তে যাক কোৱা হয় অভিযান আৰু এটা স্থায়ী কেন্দ্ৰ স্থাপন কৰা হয় সক্ষমতা সৃষ্টি কৰিবলৈ আৰু প্ৰতি বছৰে বৃহৎসংখ্যক ৰোগীৰ অস্ত্ৰোপচাৰৰ যোগান ধৰি।

    গুৱাহাটীত এটা কেন্দ্ৰ স্থাপন কৰা হয় ক) সক্ষমতা সৃষ্টি খ) থলুৱা দক্ষতা বৃদ্ধি ঘ) গোটেই বছৰ জুৰি ৰোগীক অস্ত্ৰোপচাৰ কৰিবলৈ পূৰ্ণ দক্ষতাৰে এটা বছৰত ৪০০০ ৰোগীৰ অস্ত্ৰোপচাৰ কৰাৰ সক্ষমতা গঢ়ি তোলা হৈছে।

    হাঁহি অভিযানে প্ৰতিটো অস্ত্ৰোপচাৰৰ খৰচ ২০,০০০ টকাৰ পৰা ১৭,৫০০ টকালৈ হ্ৰাস কৰাৰ কাৰণে দৃষ্টি দিছে, যাৰ লগত থাকিব পৰীক্ষা, ভ্ৰমন খৰচ, ৰোগীৰ থকা-খোৱাৰ ব্যৱস্থা, শিবিৰৰ খৰচ, ও টিৰ খৰচ, ভাৰতৰ ভিতৰত এন জি ওৰ মেডিকেল দলৰ ভ্ৰমন খৰচ, তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা ইত্যাদি। আন্তৰ্জাতিক ভ্ৰমনৰ কাৰণে এন জি ওয়ে নিজৰ সম্পদ ব্যৱহাৰ কৰে, বিদেশৰ অস্ত্ৰোপচাৰকৰ কাৰণে এম চি এইৰ বাবে বাধ্যতামূলক মুক্ত যিবোৰে ভাৰতত কাম কৰা, ঔষধ, আহিলা-পাতিৰ পৰিবহণ, পৰিচালনা ইত্যাদি সমস্যাৰ গুৰুত্বপূৰ্ণ বিবেচনা কৰা হয় আৰু ৩০,০০০ কেচৰ অসম্পূৰ্ণ কামকো বৃহৎ আকাৰ মান্য কৰা হয়, অসম্পূৰ্ণ কাম শেষ কৰি আৰু নতুন কেছ চিকিৎসা কৰালৈ বছৰ সময় ল`ব বুলি অনুমান কৰা হয়।

    সেই তাৰিখলৈ ১৬৫০০ ত কৈও অধিক অস্ত্ৰোপচাৰ এই কাৰ্য্যসূচীৰ অধীনত সফলতাৰে আৰু বিনামূলীয়াকৈ কৰা হৈছে।