মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

ব্যৱহাৰৰ স্বর্তাৱলী

এই পোৰ্টেলত উপলব্ধ তথ্যসমূহৰ শুদ্ধতাৰ ক্ষেত্ৰত যদিও সকলো ধৰণৰ যত্ন লো‌ৱা হৈছে, এক আইনী স্বীকাৰোক্তি বা অন্য আইনী উদ্দেশ্যত ইয়াক তুলি ধৰা অনুচিত । তথ্যসমূহৰ শুদ্ধতা, সম্পূৰ্ণতা, ব্য‌ৱহাৰযোগ্যতা আদিৰ ক্ষেত্ৰত এই কাৰ্যালয় কোনোধৰণে দায়ী নহয়। এই ‌ৱেবচাইটত উপলব্ধ হো‌ৱা তথ্যসমূহৰ ভিত্তিত কোনো সিদ্ধান্ত লো‌ৱা বা কাৰ্য কৰাৰ আগেয়ে ব্য‌ৱহাৰকাৰীসকলক সংশ্লিষ্ট চৰকাৰী বিভাগ বা অন্য সংশ্লিষ্ট উৎসৰ সতে তথ্যৰ সত্যতা নিৰীক্ষণ কৰি ল'বলৈ আৰু কোনো পেছাদাৰী ব্যক্তি বা অনুষ্ঠানৰপৰা উপদেশ ল'বৰ বাবে অনুৰোধ জনো‌ৱা হ'ল ।

এই ‌ৱেবচাইট ব্য‌ৱহাৰৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভা‌ৱে হ'বপৰা কোনোধৰণৰ তথ্যৰ বিসংগতি, হেৰুওৱা্, ক্ষতিসাধন বা খৰছ হো‌ৱা কোণোধৰণৰ পৰিঘটনাত এই কাৰ্যালয় দায়ী নহ'ব।

এই ‌ৱেবচাইটত উপলব্ধ হো‌ৱা অন্য ‌ৱেবচাইটৰ যোগসূত্ৰসমূহ জনসাধাৰণৰ সুবিধাৰ বাবেহে যোগান ধৰা হৈছে । সংযোগ হৈ থকা ‌ৱেবচাইটৰ তথ্য বা সেইবোৰৰ বিশ্বাসযোগ্যতাৰ ওপৰত এই কাৰ্যালয় কোনো প্ৰকাৰে দায়িত্বশীল নহয়। তেনে ‌ৱেবচাইটসমূহৰ সকলো সময়তে উপলব্ধ হ'ব নে নহয় সেই বিষয়ে আমি কোনো নিশ্চয়তা দিন নো‌ৱাৰো।

এই পণ আৰু পৰিস্থিতিসমূহ ভাৰত চৰকাৰৰ আইন অনুসাৰে বৈধ্য হ'ব । এই পণ আৰু পৰিস্থিতিসমূহৰপৰা উদ্ভ‌ৱ হ'বপৰা যিকোননো আইনী সূত্ৰপাত একমাত্ৰ ভাৰতীয় আদালতসমূহৰ আইনী গণ্ডীৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব ।