মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

গ্ৰাম্য স্বাস্থ্য বিধান আৰু পৰিপুষ্টি সমিতি (ভি এইচ এছ এন চি)

  • গ্ৰাম্য স্বাস্থ্য বিধান আৰু পৰিপুষ্টি সমিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মূখ্যত ভাৱে আগভাগলোৱা আঁচনিবোৰ কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত যিবোৰ গ্ৰাম্য স্বাস্থ্যজনিত। এইটোক আৰু বিবেচনা কৰা হয় এখন প্লেটফৰ্ম হিচাপে যাৰ দ্বাৰা চিনাক্তকৰণ কৰা গাওঁ পৰ্য্যায়ৰ প্ৰয়োজনবোৰ পূৰণ কৰাৰ কাৰণে। সম্প্ৰতি ৰাজ্যত আছে মূঠ ২৭৬৭৩ সংখ্যক ভি এইচ এছ এন চি যিবোৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নবোৰ সম্বোধন কৰি নিজৰ বৰঙণি আগবঢ়াই আৰু ইয়াৰ সামাজৰ সামাজিক নিৰ্ধাৰণতো ভূমিকা প্ৰকট কৰে।

    সাধাৰণতে, প্ৰতিজন ভি এইচ এছ এন চিৰ ১২-১৫ জনীয়া সদস্যবল থকে য`ত পি আৰ আই সদস্যই এক গুৰুত্বপূৰ্ণ ভূমিকা লয় সভাপতি আৰু আশাৰ যিবোৰ সম্পৰ্কীত ভি এইচ এছ এন চিৰ সদস্য সচিব নতুবা আহ্বায়ক। প্ৰতিটো ভি এইচ এছ এন চিক প্ৰতিটো বিত্তীয় বছৰত গাওঁ পৰ্য্যায়ৰ প্ৰয়োজন পুৰণ কৰাৰ কাৰণে সংহত পুঁজি হিচাপে ১০০০০/- টকা অনুমোদন কৰা হয় যিবোৰ গ্ৰাম্য স্বাস্থ্য আঁচনিয়ে যুগুত কৰে।

    ভি এইচ এছ এন চি সদস্যসকলক প্ৰশিক্ষণ দিয়া হয় `` ভি এইচ এছ এন চি সদস্যৰ হাতপুথি``ৰ ওপৰত তেওঁলোকে বুজাৰ কাৰণে, ভি এইচ এছ এন চিৰ কামবোৰ মসৃণভাৱে চলাই নিয়াৰ বাবে সম্পৰ্কীত নিৰ্দেশাৱলী যাতে পালন কৰে। তেওঁলোকক নগদ বহী আৰু ৰ`চিদ বহী পৰিচালনাৰ কাৰণে শিক্ষা দিয়া হয় সমিতিয়ে কৰা প্ৰতিটো কাৰ্য্যৰ বাবে।