মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ বি এছ কে)

  • ``জীয়াই থাকিব লাগে যদি স্বাস্থ্যৱান হৈ জীয়াই থাকক``। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে শিশুৰ মৃত্যুৰ হাৰত উল্লেখনীয় উন্নতি লাভ কৰিছে। য`ত শিশুৰ মৃত্যুৰ হাৰ কমি আহিছে বাচি থকা শিশুবোৰৰ উন্নতি ঘটোৱাটো সংঘাটিক ধৰণে জৰুৰী হৈ পৰিছে।

    ২০০৬ চনৰ মাৰ্চৰ সমীক্ষা অনুসৰি এই দেশত বছৰি প্ৰতি ১০০ জন সদ্যজাত শিশুৰ ৬ৰ পৰা ৭ জনে জন্মগত ভাৱে বিসংগতি লৈ জন্ম গ্ৰহণ কৰে। দেশত বৰ্বমুঠ ১৭ লাখ শিশুৰ জন্ম বিসংগতি থাকে আৰু এইটো হিচাব কৰা হৈছে ৯.৬% সদ্যজাত শিশুৰ মূত্যুৰ হাৰত। বিভন্ন পুষ্টিহীনতাৰ বিসংগতিত ভোগা শিশুৰ পৰিসৰ হ`ল ৪ শতাংশৰ পৰা ৭০ শতাংশ বিদ্যালয়লৈ যোৱাৰ পূৰ্ব বয়সত। আকৌ ১০ শতাঁশ শিশুৰ নিয়মিত বৰ্দ্ধনত বাধাপ্ৰাপ্ত হোৱাটো সাধাৰণ হৈ পৰিছে। এই লেহেমীয়া বৰ্দ্ধনত বৃদ্ধি আনিব নোৱাৰিলে স্থায়ীভাৱে অক্ষমতা অহাৰ আশংকা থাকে বোধহীনতা, দৃষ্টিহীনতা ইত্যাদিবোৰত। তাৰোপৰি কিছুমান বেমাৰ শিশুসকলৰ মাজত সাধাৰণতে থকে যেনে দাঁত পচা, বাতজনিত জ্বৰ, হৃদৰোগ, শ্বাস নলীৰ বেমাৰ ইত্যাদি। সোলকালে ধৰা পেলোৱা আৰু ব্যৱস্থাপনা কৰি বেমাৰবোৰৰ ভিতৰত অভাৱজনিত বেমাৰত মূল্য দি প্ৰতিৰোধ আনিব নোৱাৰিলে এই ৰোগ মাৰাত্মক হৈ উঠিব পাৰে আৰু শাৰীৰিক দুৰ্বলতা বৃদ্ধি হৈ আহে আৰু তাৰ দ্বাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱাটো কমোৱা আৰু শিক্ষাৰ অধিকাৰ কাৰ্য্যকৰী কৰাটো জৰুৰী হৈ পৰে।

    ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম ( আৰ বি এছ কে) এটা গুৰুত্বপূৰ্ণ অগ্ৰণীমূলক কাম যাৰ লক্ষ্য পূৰ্ব চিনাক্তকৰণ আৰু আগতীয়া হক্তক্ষেপ লোৱা হয় জন্মৰ পৰা ১৮ বছৰ বয়সলৈ ৪ বিধ ৰোগ যেনেজন্মৰ সময়ৰ দুৰ্ঘটনা, দুৰ্বলতা, ৰোগ, অক্ষমতা সহ উন্নতিত বিলম্বক সামৰি। এই কাৰ্য্যসূচীয়ে জন স্বাস্থ্য সুবিধাত জন্ম লাভ কৰা ঘৰত জন্ম পোৱা শিশুবোৰক ঢুকি পাব বছৰটোত জন্ম লাভ কৰা উল্লেখনীয় সমানুপাতক। ইয়াৰ উপৰি অঙ্গনবাড়ী কেন্দ্ৰৰ শিশু আৰু চৰকাৰী বিদ্যালয়, চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত স্কুলৰ শিশুবোৰকো ঢুকি পাব পদ্ধিগতভাৱে ভ্ৰাম্যমান স্বাস্থ্য দলৰ দ্বাৰা আৰ বি এছ কেৰ অধীনত। এইদৰে, পুৰ্ব আৰ বি এছ কেৰ অধীনত বিভিন্ন স্বাস্থ্যৰ অৱস্থাৰ পূৰ্বচিনাক্ত কৰা যতন লোৱা যোগাযোগ নিশ্চয়তা কৰা, সহায় আৰু সোনকালে চিকিৎসাৰে ন্যায়সংগত আৰ বি এছ কেৰ অধীনত স্বাস্থ্যৰ যতনৰ শুভাৰম্ভ কৰা হয় যিটোৱে শেষত জেপৰ খৰচ কমাব, বেমাৰৰ বোজা হ্ৰাস কৰিব, সচেতনতা বৃদ্ধি কৰিব আৰু আৰ বি এছ কেৰ অধীনতৰ মাজত স্বাস্থ্যৰ উন্নতিত বৃদ্ধি ঘটাব।

    সম্পাদন প্ৰক্ৰিয়া:-

    Downloads
    ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ বি এছ কে)
    TitleSizeDetail
    অস্ত্ৰোপচাৰৰ নিদেৰ্শাৱলী_আৰ বি এছ কে656.17 KBswf-image
    অস্ত্ৰোপচাৰৰ- নিদেৰ্শাৱলী-ডি ই আই চি-আৰ বি এছ কে (১-৬০)3.48 MBswf-image
    অস্ত্ৰোপচাৰৰ- নিদেৰ্শাৱলী-ডি ই আই চি-আৰ বি এছ কে (৬১-৭৯)2.92 MBswf-image
    অস্ত্ৰোপচাৰৰ- নিদেৰ্শাৱলী-ডি ই আই চি-আৰ বি এছ কে (৮০-১০০)4.27 MBswf-image
    আই ই চি- আৰ বি এছ কে _পুস্তিকা_ইংৰাজী2.25 MBswf-image
    আই ই চি- আৰ বি এছ কে _পুস্তিকা_হিন্দী2.46 MBswf-image
    আই ই চি- আৰ বি এছ কে _প্ৰাচীৰপত্ৰ_ইংৰাজী_প্ৰাক সংবাদ2.6 MBswf-image
    আই ই চি- আৰ বি এছ কে _প্ৰাচীৰপত্ৰ_হিন্দী_প্ৰাক সংবাদ_ফাইল-সংশোধিত-নিম্ন-অনুবদ্ধ3.17 MBswf-image
    আশা_নিয়মাবলী_সম্পৰ্কে_জন্ম_বিসংগতি-ইংৰাজী2.79 MBswf-image
    জন্ম_ত্ৰুটি_হস্তপুথি2.87 MBswf-image
    চুড়ান্ত_আৰ ও পি_নিৰ্দেশীকা-ৱেব_অনুকূল1.99 MBswf-image
    গঠনমূলক_গৱেষনা_প্ৰতিবেদন_সম্পৰ্কে_আৰ বি এছ কে2.71 MBswf-image
    নিৰ্দেশীকা_সম্পৰ্কে_হিম`গ্ল`বিন`পেথিচ_ভাৰতত4.33 MBswf-image
    আৰ বি এছ কে আশা নিয়মাবলী-বড়ো-ভাষা2.14 MBswf-image
    আৰ বি এছ কে আশা নিয়মাবলী- অসমীয়া (১-৪)4.07 MBswf-image
    আৰ বি এছ কে আশা নিয়মাবলী- অসমীয়া (৫-৮)3.15 MBswf-image
    আৰ বি এছ কে আশা নিয়মাবলী- অসমীয়া –বাংলা2.1 MBswf-image
    আৰ বি এছ কে সংশাধন নিয়মাবলী (১-৯৯)3.37 MBswf-image
    আৰ বি এছ কে সংশাধন নিয়মাবলী (১০০-১৯৯)3.81 MBswf-image
    আৰ বি এছ কে সংশাধন নিয়মাবলী (২০০-২৯০)4.66 MBswf-image
    আৰ বি এছ কে _কাৰ্য্যপ্ৰণালী_আৰু_আদৰ্শ_মূল্যায়ন3.72 MBswf-image