মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

অসম আৰোগ্য নিধি

  • `অসম আৰোগ্য নিধি` আঁচনিয়ে বি পি এল পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে আৰু যিবোৰ পৰিয়ালৰ মাহিলি আয় ১০,০০০ টকাতকৈ কম(দহ হাজাৰ) তেওঁলোককো বিশেষ বেমাৰৰ চিকিৎসাৰ বাবে অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হয়। এই আঁচনিখন ৰাজ্যত কাৰ্য্যকৰী কৰা হয় ০২-১১-২০১২ৰ পৰা। লক্ষণীয় বৈশিষ্টবোৰ তলত উল্লেখ কৰা ধৰণৰ:

    • ৰাজ্যিক পুঁজিত ৰাজ্যিক চৰকাৰৰ দ্বাৰা আগঢ়োৱা বৰঙণিৰ ৫০% বৰঙণি কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে।
    • অসম আৰোগ্য নিধি আঁচনিৰ অধীনত হিতাধিকাৰীয়ে সৰ্ব্বোচ্চ অৰ্থ সাহাৰ্য্য লাভ কৰে ১.৫০ লাখ টকালৈ।
    • আঁচনিয়ে সামৰি লোৱা বেমাৰবোৰ হ`ল কৰ্কট, হৃদৰোগ আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, বৃক্ক আৰু প্ৰস্ৰাৱজনিত ৰোগ, অস্থি, থেলাচেমিয়া, অস্থি-মজ্জা সংৰোপণ, এ আই ডি এছ, জীৰ্ণ মানসিক ৰোগ, কিছুমান পৰীক্ষা প্ৰযুক্তি যেনে আল্ট্ৰাচাউণ্ড, ডপলাৰ ৰেডাৰ, তেজস্ক্ৰিয় নিউক্লিঅ`টাইড পৰীক্ষা, বিভিন্ন অংগৰ এনজিঅ`গ্ৰাফি আৰু এম আৰ আই আৰু কিছুমান ঔষধ যেনে প্ৰতিৰোধ শক্তিবৰ্ধক ঔষধ, টি বি প্ৰতিষেধক ঔষধ, প্ৰতিৰোধক এণ্টি হামোফাইল গ্লবুলিন, এৰিথ্ৰ`পটিন, ৰক্ত আৰু ৰক্ত উৎপাদক/প্লাজমা পোৰা ৰোগীৰ কাৰণে, আঁচনিৰ অধিনত সামৰি লোৱা হয়।
     

    বস্তুগত আৰু বিত্তিগত স্থিতি:

    Swipe to view
    বছৰবাজেটৰ সুবিধা
    (লাখৰ ঘৰত)
    অসম চৰকাৰৰ পৰা লাভ কৰা পুঁজি
    (লাখৰ ঘৰত)
    ভাৰত চৰকাৰৰ পৰা লাভ কৰা পুঁজি
    (লাখৰ ঘৰত)
    পুঁজিৰ প্ৰয়োগ
    (লাখৰ ঘৰত)
    লাভম্বিতহোৱা হিতাধিকাৰীৰ সংখ্যা
    ২০১১-১২৩০০.০০৩০০.০০---
    ২০১২-১৩২০০.০০২০০.০০১৫০.০০৪.১২
    ২০১৩-১৪২০০.০০২০০.০০-৫৮৯.২১৪৪২
    ২০১৪-১৫২০০.০০১০০.০০-৩২৯.৮৫৪৯৭
    ২০১৫-১৬২০৫০.০০৩৭০.০০-৬১.৭৪৮৬
    ২০১৬-১৭৭০০.০০৭০০.০০২৫০.০০৮৯৮.১৪২১২৪
    মুঠ৩৬৫০.০০১৮৭০.০০৪০০.০০১৮৮৩.০৬৩১৫৪
    Downloads
    Swipe to view
    অসম আৰোগ্য নিধি
    TitleSizeDetail
    অসম আৰোগ্য নিধি নীৰ্দেশাৱলী1.05 MBswf-image
    অসম আৰোগ্য নিধি আৱেদন638.36 KBswf-image