`অসম আৰোগ্য নিধি` আঁচনিয়ে বি পি এল পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে আৰু যিবোৰ পৰিয়ালৰ মাহিলি আয় ১০,০০০ টকাতকৈ কম(দহ হাজাৰ) তেওঁলোককো বিশেষ বেমাৰৰ চিকিৎসাৰ বাবে অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হয়। এই আঁচনিখন ৰাজ্যত কাৰ্য্যকৰী কৰা হয় ০২-১১-২০১২ৰ পৰা। লক্ষণীয় বৈশিষ্টবোৰ তলত উল্লেখ কৰা ধৰণৰ:
বছৰ | বাজেটৰ সুবিধা (লাখৰ ঘৰত) | অসম চৰকাৰৰ পৰা লাভ কৰা পুঁজি (লাখৰ ঘৰত) | ভাৰত চৰকাৰৰ পৰা লাভ কৰা পুঁজি (লাখৰ ঘৰত) | পুঁজিৰ প্ৰয়োগ (লাখৰ ঘৰত) | লাভম্বিতহোৱা হিতাধিকাৰীৰ সংখ্যা |
---|---|---|---|---|---|
২০১১-১২ | ৩০০.০০ | ৩০০.০০ | - | - | - |
২০১২-১৩ | ২০০.০০ | ২০০.০০ | ১৫০.০০ | ৪.১২ | ৫ |
২০১৩-১৪ | ২০০.০০ | ২০০.০০ | - | ৫৮৯.২১ | ৪৪২ |
২০১৪-১৫ | ২০০.০০ | ১০০.০০ | - | ৩২৯.৮৫ | ৪৯৭ |
২০১৫-১৬ | ২০৫০.০০ | ৩৭০.০০ | - | ৬১.৭৪ | ৮৬ |
২০১৬-১৭ | ৭০০.০০ | ৭০০.০০ | ২৫০.০০ | ৮৯৮.১৪ | ২১২৪ |
মুঠ | ৩৬৫০.০০ | ১৮৭০.০০ | ৪০০.০০ | ১৮৮৩.০৬ | ৩১৫৪ |
Title | Size | Detail |
---|---|---|
অসম আৰোগ্য নিধি নীৰ্দেশাৱলী | 1.05 MB | |
অসম আৰোগ্য নিধি আৱেদন | 638.36 KB |