এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হৈছে সমগ্ৰ ৰাজ্যতে ৮০ টা ভ্ৰাম্যমান স্বাস্থ্য গোট (এন এইচ ইউ)ক লগতলৈ। প্ৰতিটো এম এইচ ইউকে নাম দিয়া হ`ব এজন পঞ্জীয়ণ আৰু পৰিচালন বিষয়াৰ দ্বাৰা, এ এন এম, পৰীক্ষাগাৰ কাৰিকৰ, ফৰ্মাছিষ্ট, পেৰামেডিক আৰু চালকৰ নামেৰে প্ৰতিটো এম এইচ ইউত থাকিব ভি এইচ ও পি ব্যৱহাৰ কৰা ছফটৱেৰ ভৰোৱা লেপটপ, বা`য়মেট্ৰিক স্কেনাৰ, বুনিয়াদি পৰীক্ষাৰ আহিলা ( এইচ বি মিটাৰ, গ্লুকো মিটাৰ, মেনোমিটাৰ, ডিজিটেল বি পি), ঠাইতে তেজ পৰীক্ষা কৰা যন্ত্ৰ, প্ৰস্ৰাৱ এলবুমিন, এইচ বি ইত্যাদি আৰু দৰব। সঞ্জীৱনী দলৰ লগত পেৰামেডিকে মানুহৰ জীৱন ধাৰণৰ মান আৰু গোপন ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ, মৃগীৰোগ, হাঁপানি ৰোগ ইত্যাদিৰ ওপৰত দৃষ্টি ৰাখিব।
প্ৰতিটো ভ্ৰাম্যমান স্বাস্থ্য গোটৰ লগত থাকিব পূৰ্বনিৰ্ধাৰিত দিনপঞ্জী আৰু পথ পৰিকল্পনা, প্ৰতিটো দিনত ২খন গাঁৱৰ প্ৰায় ৩০০০ জনসংখ্যা সামৰি চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ, মাহ চক্ৰৰ ২৪ দিনত গড় হিচাপত ৪৮ খন গাঁও। প্ৰাৰম্ভিক অৱস্থাত কাৰ্য্যসূচীয়ে ৩৮০০ সেৱা প্ৰদান কেন্দ্ৰ সামৰি ল`ব আৰু ৰাজ্যৰ প্ৰায় ৫৬ লাখ জনসংখ্যাক।
সঞ্জীৱনীৰ ভি এইচ ও পি কাৰ্য্যসূচীৰ লক্ষ্য
বাৰে বাৰে হৈ থকা আৰু সাধাৰণ অসুখ হৈ থকা সেৱা ক্ষেত্ৰৰ চিকিৎসাৰ যোগান ধৰা যাতে দৈনন্দিন কাম, জীৱন ধাৰণৰ উপায়ত কমকৈ আমনি কৰে।
সম্পৰ্ক ৰক্ষা আৰু পাৰষ্পৰিক সম্বন্ধ অধিক শক্তিশালী কৰা সকলো চৰকাৰী স্বাস্থ্য যত্ন, এন জি ও বোৰৰ মাজত, জিলা আৰু মহকুমা পৰ্য্যায়ত।
কাৰ্য্যক্ৰমৰ জোখ-মাপ : পুৰণি বেমাৰৰ প্ৰথম বিবৰণিৰ ১০০% ই প্ৰেৰিত নেটৱৰ্ক আৰু স্থায়ী চিকিৎসা নিৰীক্ষণৰ অধীন কৰা মৃত্যুৰ হাৰ হ্ৰাস আৰু ৰোগাগ্ৰস্ততা প্ৰতিৰোধ কৰিবলৈ।
এই অদ্বিতীয় উদ্যোগ ৰাজ্যচৰকাৰৰ দ্বাৰা লোৱা হৈছে স্বাস্থ্য সেৱা অসমৰ গাওঁ অঞ্চলৰ লোকে ঢুকি পোৱাৰ বাবে সংক্ৰমিত, অসংক্ৰমিত আৰু জীৱন ধাৰণৰ বেমাৰ বোৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰি আৰু পৰীক্ষাগাৰ পৰিদৰ্শন কৰা হয় ৰাজ্যৰ দূৰ-দূৰণিৰ চুকে-কোণে সকলোতে।
প্ৰতিষ্ঠাপনাৰ পিছৰেপৰা সঞ্জিৱনীৰ প্ৰদৰ্শন | |||||||||
---|---|---|---|---|---|---|---|---|---|
ভি এইচ ও পি সেৱাৰ বিৱৰণ | ২০১০-১১ | ২০১১- ১২ | ২০১২- ১৩ | ২০১৩- ১৪ | ২০১৪- ১৫ | ২০১৫- ১৬ | ২০১৬- ১৭ | ২০১৭-১৮ (এপ্ৰিল, ১৭ লৈকে) | মুঠ |
অন্তৰ্ভূক্ত মুঠ জনসংখ্যা(ভি এইচ ও পি ভেন) | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ | ৬২০৪১২৬ |
মুঠ ভিজিট | ১৫৮৩৩ | ৬৪৭৬৯০ | ৬৫৭৩৩০ | ১১৪৬৯১০ | ৯০৫২৯৩ | ৮৭৬০২০ | ১০৭৪২০৩ | ৮৮৬৪৬ | ৫৪১১৯১৬ |
মুঠ পঞ্জীয়ন | ১৪১৪০ | ৪১৬৬৬৩ | ৩৭১৯৫৪ | ৬৭১৯৬৩ | ৫৩১৬৬১ | ৪৯৩৩১৫ | ৬০৪৮৯৬ | ৪৬৭৬৪ | ৩১৫১৩৫৬ |
মুঠ ৰিভিজিট | ১৬৯৩ | ২৩১০২৭ | ২৮৫৩৭৬ | ৪৭৪৯৩৮ | ৩৭৩৬৩২ | ৩৮২৭০৫ | ৪৬৯৩০৭ | ৪১৮৮২ | ২২৬০৫৬০ |
দীৰ্ঘস্থায়ী ৰোগৰ মুঠ পৰীক্ষণ | ২৮৫৫ | ৯০৩৬৩ | ১১৬২৬১ | ২২৫৭০৯ | ২০৫৩৮৯ | ১৬৪৪৬৭ | ১৯১৫৮১ | ২১৬৩৯ | ১১২৮২৬৪ |
উচ্চ ৰক্তচাপৰ পৰীক্ষণ | ০ | ২৪৪৭৪ | ৪৩৯৫৫ | ৭৩৬৩০ | ৬৬৫৮৯ | ৬৩৫৩৬ | ৬১৯৩৯ | ৪৪৫৪ | ৩৩৮৫৭৭ |
মধুমেহৰ পৰীক্ষণ | ০ | ৬১৩৪ | ৭৬০৭৫ | ২৮৭৫৬৪ | ১৬৮৪৩৩ | ১১১৬১৮ | ১২১৮৯৬ | ১৭৯৩১ | ৭৮৯৬৫১ |
বিসংগতিপূৰ্ণ দৃষ্টি পৰীক্ষণ | ০ | ২৫৮৩ | ৬০৯৩ | ১১৫৬৫ | ২২০৫৮ | ২০০৮৬ | ১১৩১৯ | ৭৮৫ | ৭৪৪৮৯ |
মৃগীৰোগৰ পৰীক্ষণ | ০ | ৩১৬ | ৪০৯ | ৩৩২ | ১৫৭ | ২১২ | ১৬২ | ৭ | ১৫৯৫ |
হাঁপানিৰোগৰ পৰীক্ষণ | ০ | ৩১২৬ | ৬০০১ | ৮৩৮৮ | ১৩৮৭৭ | ১৩২১৩ | ১১৪৯১ | ৭১৬ | ৫৬৮১২ |
যক্ষ্মাৰোগৰ পৰীক্ষণ | ০ | ২৩২ | ৪৩০ | ৩৮৪ | ২৬৮ | ২২৪ | ২৩৫ | ১৫ | ১৭৮৮ |
মেলেৰিয়াৰোগৰ পৰীক্ষণ | ০ | ৫৯৮ | ৮৩০ | ১২২০ | ৪৯৬ | ৪২৯ | ৬৯১ | ১৮ | ৪২৮২ |
নিশ্চিতি কৰা দীৰ্ঘস্থায়ী ৰোগৰ মুঠ | ১০৩৭ | ৩৫০৮৪ | ৩২৭৪৯ | ৫৫৭০২ | ৫২৮৫৯ | ২৯০১৫ | ৩৮৭৬০ | ৩৩৫২ | ২৪৮৫৫৮ |
উচ্চ ৰক্তচাপ | ৫০৮ | ২০৬৭২ | ১৮৪৫৫ | ১৪৭৩৭ | ১৫০৬৪ | ১১৭৭৭ | ১৫৮২১ | ১১২৫ | ৯৮১৫৯ |
মধুমেহ | ১৩৩ | ৫৫২৩ | ৯৬১৭ | ৩৮৫৩৩ | ৩৪৯৫৮ | ১৪৯২০ | ১৯৫৮৭ | ২০৫৯ | ১২৫৩৩০ |
বিসংগতিপূৰ্ণ দৃষ্টি | ৩৮ | ৩৯৮ | ৮৬৯ | ৩৯২ | ৬৯৫ | ৭৪৯ | ৭৬৪ | ৩৬ | ৩৯৪১ |
মৃগীৰোগৰ | ৪৪ | ৫৪২ | ১১৫ | ৯৫ | ৬৩ | ৫৪ | ৫৬ | ৪ | ৯৭৩ |
হাঁপানিৰোগ | ২৭২ | ৫২১৮ | ৩৪০৩ | ৩৪৮৭ | ১৮৫৯ | ১৩৮৪ | ২৩০৭ | ১১৮ | ১৮০৪৮ |
যক্ষ্মাৰোগ | ৩৭ | ৬১৪ | ১৫৯ | ১৮৩ | ১৪৫ | ৮৩ | ১৪১ | ৮ | ১৩৭০ |
মেলেৰিয়া | ৫ | ২৫৪ | ১৩১ | ১৩৮ | ৭৫ | ৪৮ | ৮৪ | ২ | ৭৩৭ |
মুঠ এ এন চি | ১০৩৮ | ৪৮৭৬৯ | ২৯৫৬৯ | ২৪০০৩ | ১১৭৬৯ | ৭৯০১ | ১৩৮৯৪ | ৭১৩ | ১৩৭৬৫৬ |
মুঠ পি এন চি | ৫৮ | ১৫০১ | ৬২১ | ৭০৭ | ৭২০ | ৭৮৮ | ৯৯৩ | ৫৮ | ৫৪৪৬ |
অন্যনা (ক্ষুদ্ৰ ৰোগ, শিশুৰোগ চিকিৎসা ইত্যাদি) | ১০৮৪৫ | ৪৭১৯৭৩ | ৪৭৮১৩০ | ৭৩০৭৮০ | ৬৩৪৫৫৬ | ৬৭৩৮৪৯ | ৮২৮৯৭৫ | ৬২৮৮৪ | ৩৮৯১৯৯২ |