স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে চলমান প্ৰচেষ্টাৰ লগেলগে স্তন্যপান কৰোৱাৰ প্ৰচাৰৰ ওপৰত এটা নিৰৱচ্ছিন্ন প্ৰয়াসৰ লগতে তীব্ৰ কাৰ্য্যক্ৰম। ইয়াক কোৱা হ`ব:`মা` (মাতৃৰ পূৰ্ণ স্নেহ) কাৰ্য্যক্ৰম। এই কাৰ্য্যক্ৰম ২০১৬ চনৰ ৫ আগষ্টত ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰা হৈছিল। ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত এম এ এ কাৰ্য্যক্ৰম আৰম্ভ কৰিব ২০১৬ চনৰ আগষ্ট মাহত, ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰাৰ পাছত।
উচ্চস্তৰত স্তন্যপান কৰোৱাৰ হাৰ অৰ্জনৰ কাৰণে জন স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে প্ৰচাৰ, সুৰক্ষা আৰু সৰ্মথন স্তন্যপান প্ৰচেষ্টাক পুনৰুজ্জীবিত কৰা।
| Title | Size | Detail |
|---|---|---|
| এদিনৰ সংবেদনশীল আদৰ্শ হিন্দী | 2.5 MB | |
| অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী(১-১৮) | 4.78 MB | |
| অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী (১৯-৩৬) | 3 MB |