স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে চলমান প্ৰচেষ্টাৰ লগেলগে স্তন্যপান কৰোৱাৰ প্ৰচাৰৰ ওপৰত এটা নিৰৱচ্ছিন্ন প্ৰয়াসৰ লগতে তীব্ৰ কাৰ্য্যক্ৰম। ইয়াক কোৱা হ`ব:`মা` (মাতৃৰ পূৰ্ণ স্নেহ) কাৰ্য্যক্ৰম। এই কাৰ্য্যক্ৰম ২০১৬ চনৰ ৫ আগষ্টত ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰা হৈছিল। ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত এম এ এ কাৰ্য্যক্ৰম আৰম্ভ কৰিব ২০১৬ চনৰ আগষ্ট মাহত, ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰাৰ পাছত।
উচ্চস্তৰত স্তন্যপান কৰোৱাৰ হাৰ অৰ্জনৰ কাৰণে জন স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে প্ৰচাৰ, সুৰক্ষা আৰু সৰ্মথন স্তন্যপান প্ৰচেষ্টাক পুনৰুজ্জীবিত কৰা।
Title | Size | Detail |
---|---|---|
এদিনৰ সংবেদনশীল আদৰ্শ হিন্দী | 2.5 MB | |
অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী(১-১৮) | 4.78 MB | |
অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী (১৯-৩৬) | 3 MB |