এই কাৰ্য্যসূচী কেঁচুৱা আৰু বিদ্যালয় পূৰ্ব শিশুৰ (৬-৫৯ মাহলৈ) চহৰ আৰু গাওঁ এলেকাত। কাৰ্য্যসূচী কাৰ্য্যকৰী কৰা হয় এ ডব্লিউ চিৰ মঞ্চৰ জৰিয়তে। প্ৰতিসপ্তাহত আই এফ এ মিশ্ৰণ অতিৰিক্তভাৱে এ ডব্লিউ চিত প্ৰদান কৰি।
আই এফ এ মিশ্ৰণৰ প্ৰশাসন নিশ্চিতি কৰিবলৈ আৰু কৃমিমুক্ত কৰিবলৈ ছমাহৰ পৰা প্ৰতি সপ্তাহত ২ বাৰকৈ আৰু এলবেনডাজল এবছৰত দুবাৰকৈ খুৱাব লাগে ৯ মাহ বয়সৰ পৰা।
এই কাৰ্য্যসূচী স্কুলত পঢ়া ল`ৰা-ছোৱালী (৫-১০ বছৰ)ৰ কাৰণে আৰু স্কুলৰ বাহিৰৰ (৫-১০ ছোৱালীৰ বাবে গাওঁ আৰু চহৰ উভয় অঞ্চলৰ বাবে। এই কৰ্মসূচী কাৰ্য্যকৰী কৰা হয় চৰকাৰী/চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত/পৌৰনিগমৰ স্কুল আৰু এ ডব্লিউ চিৰ মঞ্চৰ জৰিয়তে। আই এফ এ বিতৰণৰ কাৰণে প্ৰৱেশ কৰি ৰণ কৌশলত অৰ্ন্তভূক্ত কৰা হয় এটা ``নিৰ্দিষ্ট দিন- সোমবাৰ``। শিক্ষকসকল আৰু এ ডব্লিউ ডব্লিউ য়ে পৰিদৰ্শন কৰিব হিতাধিকাৰীৰ দ্বাৰা আই এফ এ বড়ী লোৱা-নোলোৱাটো।
৫-১০ বছৰৰ ভিতৰৰ ল`ৰা-ছোৱালীৰ মাজত ৰক্তহীনতা নিয়ন্ত্ৰণৰ কাৰণে এই এফ এ সহায়ক কাৰ্য্যসূচী সাপ্তাহিক ভিত্তিত বিদ্যালয় আৰু অঙ্গনবাড়ীত অনুষ্ঠিত কৰা হয়।
বছৰত দুবাৰ কৃমি বা পেলুমুক্ত (এবেনডাজল ৪০০ এম জিৰ প্ৰশাসন) অভিযান চলোৱা হয় পেলু প্ৰতিৰোধ কৰাৰ বাবে। পুষ্টিকৰ খাদ্য আৰু সুষম আহাৰ লোৱাত উন্নতি ঘটোৱাৰ কাৰণে পৰামৰ্শ আৰু অন্ত্ৰত ভৰি পৰা পেলু প্ৰতিৰোধৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণৰ কাৰণে তথ্যৰ বহুল প্ৰচাৰ কৰা।
Title | Size | Detail |
---|---|---|
আই ডি এ নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় লৌহ যোগ উদ্যোগ | 2.79 MB |