মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

মাতৃৰ পূৰ্ণ স্নেহ (এম এ এ)

স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে চলমান প্ৰচেষ্টাৰ লগেলগে স্তন্যপান কৰোৱাৰ প্ৰচাৰৰ ওপৰত এটা নিৰৱচ্ছিন্ন প্ৰয়াসৰ লগতে তীব্ৰ কাৰ্য্যক্ৰম। ইয়াক কোৱা হ`ব:`মা` (মাতৃৰ পূৰ্ণ স্নেহ) কাৰ্য্যক্ৰম। এই কাৰ্য্যক্ৰম ২০১৬ চনৰ ৫ আগষ্টত ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰা হৈছিল। ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত এম এ এ কাৰ্য্যক্ৰম আৰম্ভ কৰিব ২০১৬ চনৰ আগষ্ট মাহত, ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰম্ভ কৰাৰ পাছত।

লক্ষ্য:

উচ্চস্তৰত স্তন্যপান কৰোৱাৰ হাৰ অৰ্জনৰ কাৰণে জন স্বাস্থ্য ব্যৱস্থাৰ মাধ্যমেৰে প্ৰচাৰ, সুৰক্ষা আৰু সৰ্মথন স্তন্যপান প্ৰচেষ্টাক পুনৰুজ্জীবিত কৰা।

উদ্দেশ্য:

  • গৰ্ভবতী বা স্তন্যপান কৰোৱা মাতৃ, পৰিয়ালৰ সদস্য আৰু সমাজৰ মাজত স্তন্যপানৰ অভ্যাসৰ প্ৰতি সচেতনতা কাৰ্য্যক্ৰমৰ মাধ্যমত এটা সক্ৰিয় পৰিৱেশ গঢ়ি তোলা। শিশু অস্তিত্ব আৰু উন্নয়নৰ কাৰণে স্তন্যপান এটা গুৰুত্বপূৰ্ণ হস্তক্ষেপৰ ৰূপত ধৰা হ`ব লাগে।
  • প্ৰশিক্ষিত স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ আৰু দক্ষ সাম্প্ৰদায়িক স্বাস্থ্য কৰ্মীসকলৰ মাধ্যমেৰে জনস্বাস্থ্যৰ ক্ষেত্ৰত গাখীৰ খোৱাৰ লগত জড়িত সেৱাসমূহ শক্তিশালী কৰা।
  • সেই স্বাস্থ্য সুবিধাসমূহক প্ৰোৎসাহিত আৰু চিনাক্তকৰণ কৰা যি স্তন্যপান প্ৰৱন্ধনৰ প্ৰক্ৰিয়াৰ লগতে স্তন্যপানৰ কাৰণে উচ্চস্তৰ দেখুৱাই।
Downloads
TitleSizeDetail
এদিনৰ সংবেদনশীল আদৰ্শ হিন্দী2.5 MBswf-image
অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী(১-১৮)4.78 MBswf-image
অভিযান সংক্ৰান্তীয় নিৰ্দেশাৱলী (১৯-৩৬)3 MBswf-image