মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

১০৮ মৃত্যুঞ্জয়

১০৮ (মৃত্যুঞ্জয়) অপাৎকালীন প্ৰতিক্ৰিয়া সেৱা:

  • ই এম আৰ আইৰ লগত এম ও ইউ (আপাৎকালীন প্ৰৱন্ধন আৰু গৱেষনা প্ৰতিষ্ঠান), হায়দ্ৰাবাদত স্বাক্ষৰিত আৰু অক্টোবৰ ২০০৮ৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলৰ অধীনত ২৪x৭ আপাৎকালীন প্ৰতিক্ৰিয়া সেৱা প্ৰদান।
  • মেডিকেল, আৰক্ষি, ফায়াৰ বা অন্য কোনো ধৰণৰ জৰুৰী অৱস্থাৰ কাৰণে কেন্দ্ৰীয় হেল্পলাইন হিছাবে টোল ফ্ৰি নম্বৰ ১০৮ ব্যৱহাৰ কৰা হয়।
  • অসমৰ সকলো জিলাতে ইতিমধ্যে কাম আৰম্ভ হৈছে।
  • এম্বুলেঞ্চৰ ড্ৰাইভাৰ সহ এজন জৰুৰী টেকনিচিয়ান চিকিৎসালয়লৈ ৰোগীৰ পৰিবহনৰ সময়ত প্ৰাক-চিকিৎসা যত্ন প্ৰদানৰ কাৰণে উপলব্ধ।
 

প্ৰসৱোত্তৰ জৰুৰী অৱস্থা সহ সংপ্ৰেৰণ পৰিবহনৰ সৰ্বমুঠ ২৮০ খন এম্বুলেন্স মোতায়ন কৰা হৈছে

১০৮ (মৃত্যুঞ্জয়) জৰুৰী প্ৰতিক্ৰিয়া পৰিসেৱা
ক্ৰঃ নং.জৰুৰী সেৱা সমূহ২০০৮-০৯
(৬ নৱেম্বৰৰ পৰা ৩১  মাৰ্চলৈ)
২০০৯
-১০
২০১০
-১১
২০১১
-১২
২০১২
-১৩
২০১৩
-১৪
২০১৪
-১৫
২০১৫
-১৬
মুঠ
মুঠ কল৯,৫৯,৯৫৩৩১,৬৩,৭৫৪২৫,৫৩,৪১০২৮,৯৭,৮৯৮৩২,২১,৮৩৮৩২,৯৩,১৩৭৩৫,০৩,২২৩৩৭,৪১,১৮৯২,৩৩,৩৪,৪০২
বিভাগ অনুযায়ী ৰোগীৰ ভাগ৩৭,৮৫৫২,৭১,৫৮৭৩,২০,৩৪৪৩,৩৫,২৫০২,৯৬,০৬৮৩,৮২,২৫০৪,৪৪,৭০৮৪,১৬,৮৩২২৫,০৪,৮৯৪
১.গৰ্ভৱস্থা সম্পৰ্কিত জৰুৰী অৱস্থা১৩,০১৬১,০৬,৬১৭১,২৭,৯০৭১,২৯,৬৩৩১,১৫,৬৪৪১,৪৯,৪১০১,৬৫,৫৮৩১,৬৫,৬৪৭৯,৭৩,৪৫৭
২.উদৰৰ জটিল অৱস্থা৪,৯৬৪৪২,৯১২৪৯,০৫০৫৭,১১০৪৮,৭৫৯৬৩,০৮৪৮৪,৭৩১৭০,৮৬৯৪,২১,৪৭৯
৩.আঘাত৫,৭৪১৩২,৪৩৭৩২,৯৮০৩৩,১৭৭২৯,০৩২৩৭,৫৩৫৪১,১০৭২১,৪৫২২,৩৩,৪৬১
৪.হৃদপিন্দ সংবন্ধীয় সমস্যা২,০৯৩১১,৪১১১১,৫৪৬১১,৫৯৫১১,২২৯১৬,৯০৪১৮,৯২৪১৭,১৯৪১,০০,৮৯৬
৫.শ্বাস প্ৰশ্বাসৰ সমস্যা২,০০৬৯,১৩৯১০,৯৬৯১০,৭৮৬৮,৬৯৫১১,৭৩৩১২,৪১৫১২,৮৮৪৭৮,৬২৭
৬.বিষ কৰণ/অতি মাত্ৰা ড্ৰাগচ৬৯২৪,৮৬২৫,২৬৬৫,৭৫৫৪,৯৯৩৫,০৪৪৪,৯১৪৪,৮৬১৩৬,৩৮৭
৭.অন্যন্য (জ্বৰ, সংক্ৰমণ, জ্বলা, এলাৰ্জিক প্ৰতিক্ৰিয়া ইত্যাদি)৯,৩৪৩৬৪,২০৯৮২,৬২৬৮৭,১৯৪৭৭,৭১৬৯৮,৫৪০১,১৭,০৩৪১,২৩,৯২৫৬,৬০,৫৮৭
Downloads
TitleSizeDetail
জিলা ভিত্তিক এম্বুলেঞ্চৰ বিৱৰণ50.86 KBswf-image