প্ৰসৱোত্তৰ জৰুৰী অৱস্থা সহ সংপ্ৰেৰণ পৰিবহনৰ সৰ্বমুঠ ২৮০ খন এম্বুলেন্স মোতায়ন কৰা হৈছে
১০৮ (মৃত্যুঞ্জয়) জৰুৰী প্ৰতিক্ৰিয়া পৰিসেৱা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
ক্ৰঃ নং. | জৰুৰী সেৱা সমূহ | ২০০৮-০৯ (৬ নৱেম্বৰৰ পৰা ৩১ মাৰ্চলৈ) | ২০০৯ -১০ | ২০১০ -১১ | ২০১১ -১২ | ২০১২ -১৩ | ২০১৩ -১৪ | ২০১৪ -১৫ | ২০১৫ -১৬ | মুঠ |
ক | মুঠ কল | ৯,৫৯,৯৫৩ | ৩১,৬৩,৭৫৪ | ২৫,৫৩,৪১০ | ২৮,৯৭,৮৯৮ | ৩২,২১,৮৩৮ | ৩২,৯৩,১৩৭ | ৩৫,০৩,২২৩ | ৩৭,৪১,১৮৯ | ২,৩৩,৩৪,৪০২ |
খ | বিভাগ অনুযায়ী ৰোগীৰ ভাগ | ৩৭,৮৫৫ | ২,৭১,৫৮৭ | ৩,২০,৩৪৪ | ৩,৩৫,২৫০ | ২,৯৬,০৬৮ | ৩,৮২,২৫০ | ৪,৪৪,৭০৮ | ৪,১৬,৮৩২ | ২৫,০৪,৮৯৪ |
১. | গৰ্ভৱস্থা সম্পৰ্কিত জৰুৰী অৱস্থা | ১৩,০১৬ | ১,০৬,৬১৭ | ১,২৭,৯০৭ | ১,২৯,৬৩৩ | ১,১৫,৬৪৪ | ১,৪৯,৪১০ | ১,৬৫,৫৮৩ | ১,৬৫,৬৪৭ | ৯,৭৩,৪৫৭ |
২. | উদৰৰ জটিল অৱস্থা | ৪,৯৬৪ | ৪২,৯১২ | ৪৯,০৫০ | ৫৭,১১০ | ৪৮,৭৫৯ | ৬৩,০৮৪ | ৮৪,৭৩১ | ৭০,৮৬৯ | ৪,২১,৪৭৯ |
৩. | আঘাত | ৫,৭৪১ | ৩২,৪৩৭ | ৩২,৯৮০ | ৩৩,১৭৭ | ২৯,০৩২ | ৩৭,৫৩৫ | ৪১,১০৭ | ২১,৪৫২ | ২,৩৩,৪৬১ |
৪. | হৃদপিন্দ সংবন্ধীয় সমস্যা | ২,০৯৩ | ১১,৪১১ | ১১,৫৪৬ | ১১,৫৯৫ | ১১,২২৯ | ১৬,৯০৪ | ১৮,৯২৪ | ১৭,১৯৪ | ১,০০,৮৯৬ |
৫. | শ্বাস প্ৰশ্বাসৰ সমস্যা | ২,০০৬ | ৯,১৩৯ | ১০,৯৬৯ | ১০,৭৮৬ | ৮,৬৯৫ | ১১,৭৩৩ | ১২,৪১৫ | ১২,৮৮৪ | ৭৮,৬২৭ |
৬. | বিষ কৰণ/অতি মাত্ৰা ড্ৰাগচ | ৬৯২ | ৪,৮৬২ | ৫,২৬৬ | ৫,৭৫৫ | ৪,৯৯৩ | ৫,০৪৪ | ৪,৯১৪ | ৪,৮৬১ | ৩৬,৩৮৭ |
৭. | অন্যন্য (জ্বৰ, সংক্ৰমণ, জ্বলা, এলাৰ্জিক প্ৰতিক্ৰিয়া ইত্যাদি) | ৯,৩৪৩ | ৬৪,২০৯ | ৮২,৬২৬ | ৮৭,১৯৪ | ৭৭,৭১৬ | ৯৮,৫৪০ | ১,১৭,০৩৪ | ১,২৩,৯২৫ | ৬,৬০,৫৮৭ |
Title | Size | Detail |
---|---|---|
জিলা ভিত্তিক এম্বুলেঞ্চৰ বিৱৰণ | 50.86 KB |