মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ National Health Mission

নিৰ্মাণ কাৰ্য্য

নিৰ্মাণ কেন্দ্ৰ-এক দৃষ্টিত:

নিৰ্মাণ সংশ্লিষ্ট কামৰ ভাৰসাম্য বজায় ৰখা আৰু এই কাম সমূহ দ্ৰুত গতিত আৰু মিচন মোডত কাৰ্য্যকৰী কৰাৰ কথা বিবেচনা কৰি নিৰ্মাণকেন্দ্ৰৰ ধাৰণাটো ২০০৯ চনত গৃহীত কৰা হৈছিল। যদিও এন আৰ এইচ এমত, এছ এইচ ও, এটা নিৰ্মাণ কেন্দ্ৰৰ এটা পৰিলেখ কাৰ্য্যকৰী অছিল, কিন্তু জনসাধাৰণৰ ওচৰলৈ স্বাস্থ্যসেৱা লৈ যাবলৈ আৰু বহুমাত্ৰিক ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ কাৰণে উৎপাদন যথেষ্ট নাছিল। এই পৰিপ্ৰেক্ষিতত, সমগ্ৰ ৰাজ্যৰ কাৰণে পি আই পি অনুমোদিত আঁচনিসমূহ পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণৰ দায়িত্ব পালন কৰি এটা পূৰ্ণাঙ্গ নিৰ্মাণ কেন্দ্ৰ তৈয়াৰ কৰা হৈছিল। জিলা চিকিৎসালয় নিৰ্মাণৰ পৰা আৰম্ভ কৰি বহিৰাগত স্বাস্থ্য সম্পৰ্কিত নিৰ্মাণ কাৰ্য্য এফ আৰ ইউ/চি এইচ চি/ পি এইচ চি, জি এন এম স্কুল আৰু হোষ্টেল, বি. এছ চি. নাৰ্চিং কলেজ আৰু হোষ্টেল পৰা মাইক্ৰ লেভেলৰ কাম কাজকে ধৰি উপ-কেন্দ্ৰ/শ্ৰম কক্ষ/ৱাৰ্ড নিৰ্মাণ ইত্যাদিকে ধৰি এই চেলৰ দ্বাৰা গৃহীত কৰা হৈছিল। ইয়াৰ বাহিৰেও, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আকৰ্ষণীয় অস্থায়ী প্ৰেক্ষাগৃহ, আধুনিক সুযোগ সুবিধা আৰু ৰাজ্যৰ ড্ৰাগ গুদামঘৰ এন আৰ এইচ, অসমৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।

পৰিকল্পনা সমূহৰ সাৰাংশ ২৯ ফেব্ৰুৱাৰী' ২০১৬ লৈকে
ক্ৰঃ নং.পৰিকল্পনাৰ নামঅনুমোদিত আৰ আই পি
(সংখ্যাত.)
হাতত লোৱা
(সংখ্যাত.)
সম্পূৰ্ণকামৰ প্ৰগতিঅনুমোদনৰ বছৰ
১.নতুন জিলা চিকিৎসালয়ৰ নিৰ্মাণ২০০৬-০৭, ২০০৯-১০, ২০১২-১৩
২.জিলা চিকিৎসালয়ৰ উন্নতি কৰণ২০০৮-০৯, ২০০৯-১০
৩.চি এইচ চি (মডেল চিকিৎসালয়)১১৫১১৬৭১৪৫২০১০-১১, ২০১২-১৩
৪.বি. এইচ. চি. নাৰ্চিং কলেজ আৰু হস্পিতেল (পৰ্য্যায়-I)২০০৮-০৯
৫.বি. এইচ. চি. নাৰ্চিং কলেজ আৰু হস্পিতেল (পৰ্য্যায়-II)২০০৯-১০
৬.জি এন এম স্কুল আৰু হস্পিতেল (পৰ্য্যায়-I)২০০৬-০৭
৭.জি এন এম স্কুল আৰু হস্পিতেল (পৰ্য্যায়-II)২০০৯-১০
৮.এ এন এম আৰু জি এন এমৰ স্কুল আৰু হোষ্টেলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ২১২০১৮২০০৬-০৭
৯.নতুন পি এইচ চি১৬৫১৬৫১০১৬৪২০০৮-০৯, ২০০৯-১০, ২০১২-১৩
১০.নদীতীৰস্থ পি এইচ চি৫০৫০৪১২০১০-১১
১১.উন্নতিকৰণ চি এইচ চি ৰ পৰা আই পি এইচ এছ লৈ১০৩১০৩১০৩২০০৬-০৭
১২.প্ৰসৱ কক্ষ৫০৪৫০৪৪৯২১২২০০৬-০৭, ২০০৭-০৮, ২০০৮-০৯
১৩.উপ কেন্দ্ৰ২২৫০১৮৭৪১৫৬০৩১৪২০০৬-০৭, ২০০৮-০৯, ২০০৯-১০, ২০১০-১১
১৪.ৱাৰ্ড১২২১২২১০০২২২০০৮-০৯
১৫.আৰ এইচ বি পি চি১২০১২০১১১২০০৬-০৭, ২০০৭-০৮, ২০১০-১১
১৬.ডক্টৰ আৰু নাৰ্চৰ বাসস্থান২৬৩২৬১২৪৫১৬২০০৬-০৭, ২০০৭-০৮, ২০০৯-১০, ২০১০-১১, ২০১২-১৩
১৭.নিও নেটেল স্থিতিশীল ইউনিট৪০২৪০২৩৫৫৪৭২০০৮-০৯, ২০০৯-১০
১৮.অসুস্থ নবজাতকৰ ইউনিট২৬২৬২৬২০০৬-০৭, ২০০৯-১০
১৯.১০ খন বিছনা যুক্ত ৱাৰ্ড৮৪৮৪৭৮২০১০-১১
২০.৪ খন বিছনা যুক্ত ৱাৰ্ড১২৭১২৭১১৪১৩২০১০-১১
২১.আশাৰ জিৰণি চালি৫৯৫৯৫৬২০১০-১১
২২.সীমা প্ৰাচীৰ১৭৫১৫৯১৫৫২০১০-১১, ২০১২-১৩
২৩.প্ৰশিক্ষণ সহ সন্মিলন কক্ষ১৪৯১৪৯১২৬২৩২০১০-১১
২৪.এম চি এইচ ওইং১৪১৪১৪২০১২-১৩
২৫.বি পি এইচ চিৰ মেৰামতি১৩০১২২১১৫২০১২-১৩
২৬.৩ খন জিলাৰ ড্ৰাগচ গুডাম সমূহৰ নৱীকৰণ২০১২-১৩
২৭.আৰ পি এইচ প্ৰশিক্ষণ আৰু হোষ্টেল২০১২-১৩
২৮.মেৰামতি/নৱীকৰণ বাসস্থানৰ (চিকিৎসক আৰু নাৰ্চৰ) ২৪x৭ প্ৰসৱ পি এইচ চি৮২৭৯৭৯২০১২-১৩
২৯.প্ৰি-ফ্ৰেব. চাব চেণ্টাৰ৬২৬৬২৬৭৬৫৫০২০১২-১৩
৩০. ডি ই আই চিৰ নিৰ্মাণ২০১৩-১৪
৩১.জিলা ড্ৰাগচ গুডাম২০২০১৮২০১৩-১৪
৩২. ডি ই আই চি (আৰ বি এছ কে)ৰ নতুন নিৰ্মাণ২১২১২১২০১৪-১৫
৩৩.চি এইচ চিত কৰ্মীৰ বাসস্থান২০১৪-১৫
৩৪.পি এইচ চিত কৰ্মীৰ বাসস্থান৩০৩০২৭২০১৪-১৫
৩৫.আৰ এইচ পি/এ এন এম বাসস্থান২০০২০০৩১১৬৯২০১৪-১৫
৩৬. এচ ডি চি এইচত কৰ্মীৰ বাসস্থান২০১৪-১৫
৩৭. পি এইচ চিৰ শক্তিশালীকৰণ২০১৪-১৫

পৰিকল্পনা ভিত্তিক স্থিতিৰ বিৱৰণ:

Downloads
TitleSizeDetail
নতুন জিলা চিকিৎসালয়ৰ নিৰ্মাণ59.6 KBswf-image
নতুন জিলা চিকিৎসালয়ৰ উন্নতিকৰণ61.4 KBswf-image
চি এইচ চি (মডেল চিকিৎসালয়)75.74 KBswf-image
বি. এইচ. চি. নাৰ্চিং কলেজ আৰু হোষ্টেল60.03 KBswf-image
জি এন এম স্কুল আৰু হোষ্টেল62.51 KBswf-image
এ এন এম আৰু জি এন এমৰ স্কুল আৰু হোষ্টেলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ65.62 KBswf-image
নতুন পি এইচ চি81.29 KBswf-image
নদীতীৰস্থ পি এইচ চি68.57 KBswf-image
উন্নতিকৰণ চি এইচ চি ৰ পৰা আই পি এইচ এছ লৈ72.87 KBswf-image
প্ৰসৱ কক্ষ111.05 KBswf-image
উপ কেন্দ্ৰ168.88 KBswf-image
ৱাৰ্ড75.9 KBswf-image
আৰ এইচ বি পি চি77.45 KBswf-image
ডক্টৰ আৰু নাৰ্চৰ বাসস্থান87.51 KBswf-image
নিও নেটেল স্থিতিশীল ইউনিট (এন এছ ইউ)103.55 KBswf-image
অসুস্থ নবজাতকৰ ইউনিট (এচ এন চি ইউ)82.08 KBswf-image
১০ খন বিছনা যুক্ত ৱাৰ্ড72.63 KBswf-image
৪ খন বিছনা যুক্ত ৱাৰ্ড77.32 KBswf-image
আশাৰ জিৰণি চালি70.12 KBswf-image
সীমা প্ৰাচীৰ97.08 KBswf-image
প্ৰশিক্ষণ সহ সন্মিলন কক্ষ78.23 KBswf-image
এম চি এইচ ওইং66.19 KBswf-image
বি পি এইচ চিৰ মেৰামতি75.76 KBswf-image
৩ খন জিলাৰ ড্ৰাগচ গুডাম সমূহৰ নৱীকৰণ57.02 KBswf-image
আৰ পি এইচ প্ৰশিক্ষণ আৰু হোষ্টেল57.49 KBswf-image
মেৰামতি/নৱীকৰণ বাসস্থানৰ (চিকিৎসক আৰু নাৰ্চৰ) ২৪x৭ প্ৰসৱ পি এইচ চি87.51 KBswf-image
প্ৰি-ফ্ৰেব. চাব চেণ্টাৰ132.86 KBswf-image
ডি ই আই চিৰ নিৰ্মাণ76.17 KBswf-image
জিলা ড্ৰাগচ গুডাম66.32 KBswf-image
ডি ই আই চি (আৰ বি এছ কে)ৰ নতুন নিৰ্মাণ85.67 KBswf-image
চি এইচ চিত কৰ্মীৰ বাসস্থান75.71 KBswf-image
পি এইচ চিত কৰ্মীৰ বাসস্থান87.73 KBswf-image
আৰ এইচ পি/এ এন এম বাসস্থান100.11 KBswf-image
এচ ডি চি এইচত কৰ্মীৰ বাসস্থান75.11 KBswf-image
পি এইচ চিৰ শক্তিশালীকৰণ73.85 KBswf-image