নিৰ্মাণ সংশ্লিষ্ট কামৰ ভাৰসাম্য বজায় ৰখা আৰু এই কাম সমূহ দ্ৰুত গতিত আৰু মিচন মোডত কাৰ্য্যকৰী কৰাৰ কথা বিবেচনা কৰি নিৰ্মাণকেন্দ্ৰৰ ধাৰণাটো ২০০৯ চনত গৃহীত কৰা হৈছিল। যদিও এন আৰ এইচ এমত, এছ এইচ ও, এটা নিৰ্মাণ কেন্দ্ৰৰ এটা পৰিলেখ কাৰ্য্যকৰী অছিল, কিন্তু জনসাধাৰণৰ ওচৰলৈ স্বাস্থ্যসেৱা লৈ যাবলৈ আৰু বহুমাত্ৰিক ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ কাৰণে উৎপাদন যথেষ্ট নাছিল। এই পৰিপ্ৰেক্ষিতত, সমগ্ৰ ৰাজ্যৰ কাৰণে পি আই পি অনুমোদিত আঁচনিসমূহ পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণৰ দায়িত্ব পালন কৰি এটা পূৰ্ণাঙ্গ নিৰ্মাণ কেন্দ্ৰ তৈয়াৰ কৰা হৈছিল। জিলা চিকিৎসালয় নিৰ্মাণৰ পৰা আৰম্ভ কৰি বহিৰাগত স্বাস্থ্য সম্পৰ্কিত নিৰ্মাণ কাৰ্য্য এফ আৰ ইউ/চি এইচ চি/ পি এইচ চি, জি এন এম স্কুল আৰু হোষ্টেল, বি. এছ চি. নাৰ্চিং কলেজ আৰু হোষ্টেল পৰা মাইক্ৰ লেভেলৰ কাম কাজকে ধৰি উপ-কেন্দ্ৰ/শ্ৰম কক্ষ/ৱাৰ্ড নিৰ্মাণ ইত্যাদিকে ধৰি এই চেলৰ দ্বাৰা গৃহীত কৰা হৈছিল। ইয়াৰ বাহিৰেও, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আকৰ্ষণীয় অস্থায়ী প্ৰেক্ষাগৃহ, আধুনিক সুযোগ সুবিধা আৰু ৰাজ্যৰ ড্ৰাগ গুদামঘৰ এন আৰ এইচ, অসমৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
পৰিকল্পনা সমূহৰ সাৰাংশ ২৯ ফেব্ৰুৱাৰী' ২০১৬ লৈকে | ||||||
---|---|---|---|---|---|---|
ক্ৰঃ নং. | পৰিকল্পনাৰ নাম | অনুমোদিত আৰ আই পি (সংখ্যাত.) | হাতত লোৱা (সংখ্যাত.) | সম্পূৰ্ণ | কামৰ প্ৰগতি | অনুমোদনৰ বছৰ |
১. | নতুন জিলা চিকিৎসালয়ৰ নিৰ্মাণ | ৭ | ৭ | ৬ | ১ | ২০০৬-০৭, ২০০৯-১০, ২০১২-১৩ |
২. | জিলা চিকিৎসালয়ৰ উন্নতি কৰণ | ৬ | ৮ | ৮ | ০ | ২০০৮-০৯, ২০০৯-১০ |
৩. | চি এইচ চি (মডেল চিকিৎসালয়) | ১১৫ | ১১৬ | ৭১ | ৪৫ | ২০১০-১১, ২০১২-১৩ |
৪. | বি. এইচ. চি. নাৰ্চিং কলেজ আৰু হস্পিতেল (পৰ্য্যায়-I) | ২ | ২ | ২ | ০ | ২০০৮-০৯ |
৫. | বি. এইচ. চি. নাৰ্চিং কলেজ আৰু হস্পিতেল (পৰ্য্যায়-II) | ২ | ২ | ২ | ০ | ২০০৯-১০ |
৬. | জি এন এম স্কুল আৰু হস্পিতেল (পৰ্য্যায়-I) | ৮ | ৮ | ৬ | ২ | ২০০৬-০৭ |
৭. | জি এন এম স্কুল আৰু হস্পিতেল (পৰ্য্যায়-II) | ৮ | ৮ | ৫ | ৩ | ২০০৯-১০ |
৮. | এ এন এম আৰু জি এন এমৰ স্কুল আৰু হোষ্টেলৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ | ২১ | ২০ | ১৮ | ২ | ২০০৬-০৭ |
৯. | নতুন পি এইচ চি | ১৬৫ | ১৬৫ | ১০১ | ৬৪ | ২০০৮-০৯, ২০০৯-১০, ২০১২-১৩ |
১০. | নদীতীৰস্থ পি এইচ চি | ৫০ | ৫০ | ৪১ | ৯ | ২০১০-১১ |
১১. | উন্নতিকৰণ চি এইচ চি ৰ পৰা আই পি এইচ এছ লৈ | ১০৩ | ১০৩ | ১০৩ | ০ | ২০০৬-০৭ |
১২. | প্ৰসৱ কক্ষ | ৫০৪ | ৫০৪ | ৪৯২ | ১২ | ২০০৬-০৭, ২০০৭-০৮, ২০০৮-০৯ |
১৩. | উপ কেন্দ্ৰ | ২২৫০ | ১৮৭৪ | ১৫৬০ | ৩১৪ | ২০০৬-০৭, ২০০৮-০৯, ২০০৯-১০, ২০১০-১১ |
১৪. | ৱাৰ্ড | ১২২ | ১২২ | ১০০ | ২২ | ২০০৮-০৯ |
১৫. | আৰ এইচ বি পি চি | ১২০ | ১২০ | ১১১ | ৯ | ২০০৬-০৭, ২০০৭-০৮, ২০১০-১১ |
১৬. | ডক্টৰ আৰু নাৰ্চৰ বাসস্থান | ২৬৩ | ২৬১ | ২৪৫ | ১৬ | ২০০৬-০৭, ২০০৭-০৮, ২০০৯-১০, ২০১০-১১, ২০১২-১৩ |
১৭. | নিও নেটেল স্থিতিশীল ইউনিট | ৪০২ | ৪০২ | ৩৫৫ | ৪৭ | ২০০৮-০৯, ২০০৯-১০ |
১৮. | অসুস্থ নবজাতকৰ ইউনিট | ২৬ | ২৬ | ২৬ | ০ | ২০০৬-০৭, ২০০৯-১০ |
১৯. | ১০ খন বিছনা যুক্ত ৱাৰ্ড | ৮৪ | ৮৪ | ৭৮ | ৬ | ২০১০-১১ |
২০. | ৪ খন বিছনা যুক্ত ৱাৰ্ড | ১২৭ | ১২৭ | ১১৪ | ১৩ | ২০১০-১১ |
২১. | আশাৰ জিৰণি চালি | ৫৯ | ৫৯ | ৫৬ | ৩ | ২০১০-১১ |
২২. | সীমা প্ৰাচীৰ | ১৭৫ | ১৫৯ | ১৫৫ | ৪ | ২০১০-১১, ২০১২-১৩ |
২৩. | প্ৰশিক্ষণ সহ সন্মিলন কক্ষ | ১৪৯ | ১৪৯ | ১২৬ | ২৩ | ২০১০-১১ |
২৪. | এম চি এইচ ওইং | ১৪ | ১৪ | ০ | ১৪ | ২০১২-১৩ |
২৫. | বি পি এইচ চিৰ মেৰামতি | ১৩০ | ১২২ | ১১৫ | ৭ | ২০১২-১৩ |
২৬. | ৩ খন জিলাৰ ড্ৰাগচ গুডাম সমূহৰ নৱীকৰণ | ৩ | ৩ | ৩ | ০ | ২০১২-১৩ |
২৭. | আৰ পি এইচ প্ৰশিক্ষণ আৰু হোষ্টেল | ২ | ২ | ১ | ১ | ২০১২-১৩ |
২৮. | মেৰামতি/নৱীকৰণ বাসস্থানৰ (চিকিৎসক আৰু নাৰ্চৰ) ২৪x৭ প্ৰসৱ পি এইচ চি | ৮২ | ৭৯ | ৭৯ | ০ | ২০১২-১৩ |
২৯. | প্ৰি-ফ্ৰেব. চাব চেণ্টাৰ | ৬২৬ | ৬২৬ | ৭৬ | ৫৫০ | ২০১২-১৩ |
৩০. | ডি ই আই চিৰ নিৰ্মাণ | ৬ | ৬ | ৫ | ১ | ২০১৩-১৪ |
৩১. | জিলা ড্ৰাগচ গুডাম | ২০ | ২০ | ২ | ১৮ | ২০১৩-১৪ |
৩২. | ডি ই আই চি (আৰ বি এছ কে)ৰ নতুন নিৰ্মাণ | ২১ | ২১ | ০ | ২১ | ২০১৪-১৫ |
৩৩. | চি এইচ চিত কৰ্মীৰ বাসস্থান | ৩ | ৩ | ১ | ২ | ২০১৪-১৫ |
৩৪. | পি এইচ চিত কৰ্মীৰ বাসস্থান | ৩০ | ৩০ | ৩ | ২৭ | ২০১৪-১৫ |
৩৫. | আৰ এইচ পি/এ এন এম বাসস্থান | ২০০ | ২০০ | ৩১ | ১৬৯ | ২০১৪-১৫ |
৩৬. | এচ ডি চি এইচত কৰ্মীৰ বাসস্থান | ২ | ২ | ২ | ০ | ২০১৪-১৫ |
৩৭. | পি এইচ চিৰ শক্তিশালীকৰণ | ২ | ২ | ০ | ২ | ২০১৪-১৫ |